--পঙ্কজ বৰা
১)
খায় খায় সদায় কানপুৰীয়া আলু
ভাতপুৰীয়া কনক হৈ গ'ল বৰ চালু
কি চাবা ভেম
লৈ ফুৰে মেম
কিবা এষাৰ ক'লেই খঙে চোৱে তালু ৷
২)(ভেলেন্টাইন ডে’ special)
এদিনৰ বাবে সকলোৱে এৰি দিলে ফে’চবুক
লৰাহঁতে জেপত ল’লে মোটা মোটা চেকবুক
ভেলেন্টাইন ডে’ৰ যাদু
শুনা এই সাধু
সকলোৱে হেঁপাহেৰে পলুওৱাইছে (বছৰযোৰা) প্রেমৰ ভোক।
৩)
খাদ্যৰসিক খগেনৰ পচন্দৰ মাছ চিতল
থালীৰ কাষত লাগে চর্চৰী্যা পটল
বাৰেকুৰি ধান্দা
মাৰিবলে ঠাণ্ডা
খুলিব লাগে সন্ধিয়া ৰঙীন পানীৰ বটল ।
৪)
লেৰেলা সাদৰ দেখাই সোধে 'খাবানেকি লাৰু',
মই জানো কাইলৈ খুজিব এপাত খাৰু
এইয়ে ঘৰৰ লখিমী,
যেন এজনী যখিনী
নেলাগে বুলি ক'লেই লৈ আহিব হাতত ঝাৰু ।
-------------------------------
--প্ৰনৱজ্যোতি ভূঞা
১)
পবিত্র বৃত্তিৰে সমাজত তেওঁ হ'ল সাংবাদিক
ঘৰত বহি বাতৰি সাজে সাংঘাতিক সাংঘাতিক
চৰকাৰৰ উন্নয়ন
মন্ত্রীৰ পকেটৰ ধন
চৰকাৰী প্রশস্তিত ৰাইজৰ হেৰায় দিক-বিদিক
২)
সন্ত যেন আমাৰ মন্ত্রী মহাশয় কৰে সমাজ সেৱা
ৰাইজে দেখাই নাপায় (পদুলিত) দালালৰহে অগা-ডেৱা
হাতত নাই ধন-বিত
(এৰা) কি যে তেওঁ নিমাখিত
পত্নীৰ একাউন্টতহে টকাৰ ভৰত থাকিবও নোৱাৰে হাৱা
ঘৰত বহি বাতৰি সাজে সাংঘাতিক সাংঘাতিক
চৰকাৰৰ উন্নয়ন
মন্ত্রীৰ পকেটৰ ধন
চৰকাৰী প্রশস্তিত ৰাইজৰ হেৰায় দিক-বিদিক
---------------------
- --মাখনলাল দাস
১)
শচীন টেন্ডুলকাৰ
আমাৰ ক্ৰিকেট চুপাৰষ্টাৰ
ব্ৰেটলী বা স্টেইন
আখটাৰ বা ৱাৰ্ণ
সকলোৰে বল মাৰে চিক্সাৰ
--------
ৰিদিপ নাথৰ লিমাৰিক:
লিমাৰিক (১)
নাম তেওঁৰ মনোজ মন কলিতা
দিনতে জ্বলায় যিয়ে চাকি-শলিতা |
ছোৱালীলৈ বৰ মৰম,
চেনি খায় গৰম গৰম |
ৰাতিপুৱাই শুনে তেওঁ গীতিমালিকা ||
(২)
নৱমল্লিকা ভাগৱতী নাম যাৰ
কিনো চাবা তাইৰ আব্দাৰ |
মূৰৰ পৰা নুগুছে টুপি
সদায় থাকে বিড়ি হুপি |
প্ৰিয় অভিনেতা বলিউডৰ কেডাৰ ||
(৩)
তেওঁৰ নাম হ’ল বিশ্বজিত নাথ
ছোৱালীবোৰৰ পৰা খায় সদায় লাঠ |
ৰাতি কৰে টোপনি খতি
পঢ়াত নাই মতি-গতি |
দুপৰীয়া হ’লে কৰে ভাগৱত পাঠ ||
(৪)
মমিতা নৰহৰ এটাই ডাইলগ্
’নহয় নহয়’ তেনেকুৱা ভাইলোগ |
লেতেৰী বুলিলে উঠে খং
ছ’ৰি বুলিলে কি যে ৰং |
নোজোকাবা তেঁওক হৈ যাব দুৰ্যোগ |
গীতাৰ্থৰ প্ৰতিশোধ : মনোজ মন সমীপেষু
দেখাত ধূৰ্ত নাম তাৰ মন মনোজ,
চাহৰ গৱেষণা এৰি কৰে মদে-গাহৰিয়ে ভোজ,
চকু থাকে বটলটিত,
মন থাকে পৰস্ত্ৰীত,
ৰাতি ঘৈণীৰ লগত সেইবাবে তয়াময়া যুঁজ !
১)
খায় খায় সদায় কানপুৰীয়া আলু
ভাতপুৰীয়া কনক হৈ গ'ল বৰ চালু
কি চাবা ভেম
লৈ ফুৰে মেম
কিবা এষাৰ ক'লেই খঙে চোৱে তালু ৷
২)(ভেলেন্টাইন ডে’ special)
এদিনৰ বাবে সকলোৱে এৰি দিলে ফে’চবুক
লৰাহঁতে জেপত ল’লে মোটা মোটা চেকবুক
ভেলেন্টাইন ডে’ৰ যাদু
শুনা এই সাধু
সকলোৱে হেঁপাহেৰে পলুওৱাইছে (বছৰযোৰা) প্রেমৰ ভোক।
৩)
খাদ্যৰসিক খগেনৰ পচন্দৰ মাছ চিতল
থালীৰ কাষত লাগে চর্চৰী্যা পটল
বাৰেকুৰি ধান্দা
মাৰিবলে ঠাণ্ডা
খুলিব লাগে সন্ধিয়া ৰঙীন পানীৰ বটল ।
৪)
লেৰেলা সাদৰ দেখাই সোধে 'খাবানেকি লাৰু',
মই জানো কাইলৈ খুজিব এপাত খাৰু
এইয়ে ঘৰৰ লখিমী,
যেন এজনী যখিনী
নেলাগে বুলি ক'লেই লৈ আহিব হাতত ঝাৰু ।
-------------------------------
--প্ৰনৱজ্যোতি ভূঞা
১)
পবিত্র বৃত্তিৰে সমাজত তেওঁ হ'ল সাংবাদিক
ঘৰত বহি বাতৰি সাজে সাংঘাতিক সাংঘাতিক
চৰকাৰৰ উন্নয়ন
মন্ত্রীৰ পকেটৰ ধন
চৰকাৰী প্রশস্তিত ৰাইজৰ হেৰায় দিক-বিদিক
২)
সন্ত যেন আমাৰ মন্ত্রী মহাশয় কৰে সমাজ সেৱা
ৰাইজে দেখাই নাপায় (পদুলিত) দালালৰহে অগা-ডেৱা
হাতত নাই ধন-বিত
(এৰা) কি যে তেওঁ নিমাখিত
পত্নীৰ একাউন্টতহে টকাৰ ভৰত থাকিবও নোৱাৰে হাৱা
৩)
পবিত্র বৃত্তিৰে সমাজত তেওঁ হ'ল সাংবাদিকঘৰত বহি বাতৰি সাজে সাংঘাতিক সাংঘাতিক
চৰকাৰৰ উন্নয়ন
মন্ত্রীৰ পকেটৰ ধন
চৰকাৰী প্রশস্তিত ৰাইজৰ হেৰায় দিক-বিদিক
---------------------
- --মাখনলাল দাস
১)
শচীন টেন্ডুলকাৰ
আমাৰ ক্ৰিকেট চুপাৰষ্টাৰ
ব্ৰেটলী বা স্টেইন
আখটাৰ বা ৱাৰ্ণ
সকলোৰে বল মাৰে চিক্সাৰ
--------
ৰিদিপ নাথৰ লিমাৰিক:
লিমাৰিক (১)
নাম তেওঁৰ মনোজ মন কলিতা
দিনতে জ্বলায় যিয়ে চাকি-শলিতা |
ছোৱালীলৈ বৰ মৰম,
চেনি খায় গৰম গৰম |
ৰাতিপুৱাই শুনে তেওঁ গীতিমালিকা ||
(২)
নৱমল্লিকা ভাগৱতী নাম যাৰ
কিনো চাবা তাইৰ আব্দাৰ |
মূৰৰ পৰা নুগুছে টুপি
সদায় থাকে বিড়ি হুপি |
প্ৰিয় অভিনেতা বলিউডৰ কেডাৰ ||
(৩)
তেওঁৰ নাম হ’ল বিশ্বজিত নাথ
ছোৱালীবোৰৰ পৰা খায় সদায় লাঠ |
ৰাতি কৰে টোপনি খতি
পঢ়াত নাই মতি-গতি |
দুপৰীয়া হ’লে কৰে ভাগৱত পাঠ ||
(৪)
মমিতা নৰহৰ এটাই ডাইলগ্
’নহয় নহয়’ তেনেকুৱা ভাইলোগ |
লেতেৰী বুলিলে উঠে খং
ছ’ৰি বুলিলে কি যে ৰং |
নোজোকাবা তেঁওক হৈ যাব দুৰ্যোগ |
গীতাৰ্থৰ প্ৰতিশোধ : মনোজ মন সমীপেষু
দেখাত ধূৰ্ত নাম তাৰ মন মনোজ,
চাহৰ গৱেষণা এৰি কৰে মদে-গাহৰিয়ে ভোজ,
চকু থাকে বটলটিত,
মন থাকে পৰস্ত্ৰীত,
ৰাতি ঘৈণীৰ লগত সেইবাবে তয়াময়া যুঁজ !
No comments:
Post a Comment