"মা আমি শদিয়ালৈ যামেই
মা আমি সতফুল খামেই
বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ
শদিয়া নো কি ৰিং এটাৰ বাট
...সত ফুল বোৰ ফুলি থাকে তাত
যিহে হালে জালে নাচৰ তালে তালে
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ
শদিয়া নো কি আৰু উজাই যাম
গৈ গৈ গৈ চামপো নৈ পাম
মানস সৰোবৰত ৰাতিপুৱাৰ পৰত
এবাৰ গা ধুই চাম
হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকা চোন"
(খগেন মহন্ত)
----------
"সন্ধ্যা যেতিয়া নামে, আইলৈ মনত পৰে"--- অংগৰাগৰ কণ্ঠেৰে নিগৰা চেনেহ
--------
বিউটি শর্মা বৰুৱাৰ এটা গান আছে “বহুদিন লগতে নেথাকো, মা মৰম কৰিবি মোক”...
.............
ভাল পাও মাক মোৰ অতি মৰমৰ ..মোৰ বাবে তেও স হে দুখ ভাগৰৰ
---------
মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
(জ্যোতিপ্রসাদ আগৰৱালা)
--------
ক’তেনো আছ মোৰ চেনেহী আই....কাঁতৰে মাতিছো শুনিছনে নাই....
-----.পুৰণি গানটো খুবেই শুৱলা..কিন্তু গানটোৰ সবিশেষ মনত নাই | বহুদিন আগতেই শুনা....
......
চেনেহী আই নহয়, কলিজাৰ আই..
(ৰেডিঅ’ত আজিও বাজি থাকে দেখোন)
......
মোৰ চোতালৰ তুলসী তলত, বন্তি জ্বলাব কোনে? ........
মনত আছেনে কাৰোবাৰ বীণা ভাগৱতীয়ে গোৱা এই গানটো?
------------------
মা.ৰাৰ অলংকাৰ থোৱাহে আইদেউ,দেউতাৰাৰ অলংকাৰ থোৱাহে....অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ,হাতে জোৰে কৰি লোৱাহে...................(বিয়া নাম)
-------------------
"আই টোক কিহেৰে পূজিমে এ এ...আই টোৰ চৰণে....." মই গানটো অলপ পাহৰিছো...গানটো ভূপেণ হাজৰিকাই গাইছিলে...
---------------
কোনে মোক তুলি তালি কৰিলে ডাঙৰ/ মৌ সনা মিঠা মাতে পাহৰি ভাগৰ/ কৰিছিল স্নেহ মোক দুগালত চুমা খাই / তেঁৱে মোৰ পূজনীয়া মৰমৰ আই/ চেনেহৰ চকুপানী ধাৰেৰে বোৱাই/কোনে মোক ৰাখিছিল বুকুত শুৱাই / টোপনিত লালকাল মুখখনি চাই/ তেঁৱে মোৰ পূজনীয়া মৰমৰ আই / কান...্দিছিলো যেৱে নৰীয়াত দুখ পাই/ একেথিৰে কোনে মোৰ মুখলৈ চাই./মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়াহ/ হৈছিলো ঠিয় যেৱে অ’ত ত’ত ধৰি/ পৰিলেনো কোনে গৈ ততালিকে লৱৰি/নিচুকাইছিল মোক নামগুণ গাই/তেৱে মোৰ পূজনীয়া মৰমৰ আই/ মোৰ প্ৰতি এনে যাৰ মৰম অসীম/কেনেকৈ সিজনাক মই পাহৰিম/ চেনেহ ভকতি মোৰ বাঢ়ক সদায়/ তযু চৰণত হেৰা মৰমৰ আই.....
--------------------------
নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা "সন্ধিয়াৰ আকাশত বগলী উৰে,আইৰে ঘৰলে মনতে পৰে..", উত্পল শৰ্মাই লিখা অনিন্দিতা পালৰ কণ্ঠৰ "আই অ’ আই..."|
---------------------------
য়তো আহি গাঁৱৰ পঁজাত / আছা বহি মোকেই ধিঁয়াই / গোসাঁই ঘৰত বন্তি জ্বলাই /...............তুমিয়েই দেখোন মোৰেই আই / কান্দি কান্দি ভাগৰোতে / মৰমেৰে দিছিলা শুৱাই.....................................কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ....কপালতে যেন হাত যোৱা বুলাই |
মা আমি সতফুল খামেই
বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ
শদিয়া নো কি ৰিং এটাৰ বাট
...সত ফুল বোৰ ফুলি থাকে তাত
যিহে হালে জালে নাচৰ তালে তালে
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ
শদিয়া নো কি আৰু উজাই যাম
গৈ গৈ গৈ চামপো নৈ পাম
মানস সৰোবৰত ৰাতিপুৱাৰ পৰত
এবাৰ গা ধুই চাম
হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকা চোন"
(খগেন মহন্ত)
----------
"সন্ধ্যা যেতিয়া নামে, আইলৈ মনত পৰে"--- অংগৰাগৰ কণ্ঠেৰে নিগৰা চেনেহ
--------
বিউটি শর্মা বৰুৱাৰ এটা গান আছে “বহুদিন লগতে নেথাকো, মা মৰম কৰিবি মোক”...
.............
ভাল পাও মাক মোৰ অতি মৰমৰ ..মোৰ বাবে তেও স হে দুখ ভাগৰৰ
---------
মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
(জ্যোতিপ্রসাদ আগৰৱালা)
--------
ক’তেনো আছ মোৰ চেনেহী আই....কাঁতৰে মাতিছো শুনিছনে নাই....
-----.পুৰণি গানটো খুবেই শুৱলা..কিন্তু গানটোৰ সবিশেষ মনত নাই | বহুদিন আগতেই শুনা....
......
চেনেহী আই নহয়, কলিজাৰ আই..
(ৰেডিঅ’ত আজিও বাজি থাকে দেখোন)
......
মোৰ চোতালৰ তুলসী তলত, বন্তি জ্বলাব কোনে? ........
মনত আছেনে কাৰোবাৰ বীণা ভাগৱতীয়ে গোৱা এই গানটো?
------------------
মা.ৰাৰ অলংকাৰ থোৱাহে আইদেউ,দেউতাৰাৰ অলংকাৰ থোৱাহে....অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ,হাতে জোৰে কৰি লোৱাহে...................(
-------------------
"আই টোক কিহেৰে পূজিমে এ এ...আই টোৰ চৰণে....." মই গানটো অলপ পাহৰিছো...গানটো ভূপেণ হাজৰিকাই গাইছিলে...
---------------
কোনে মোক তুলি তালি কৰিলে ডাঙৰ/ মৌ সনা মিঠা মাতে পাহৰি ভাগৰ/ কৰিছিল স্নেহ মোক দুগালত চুমা খাই / তেঁৱে মোৰ পূজনীয়া মৰমৰ আই/ চেনেহৰ চকুপানী ধাৰেৰে বোৱাই/কোনে মোক ৰাখিছিল বুকুত শুৱাই / টোপনিত লালকাল মুখখনি চাই/ তেঁৱে মোৰ পূজনীয়া মৰমৰ আই / কান...্দিছিলো যেৱে নৰীয়াত দুখ পাই/ একেথিৰে কোনে মোৰ মুখলৈ চাই./মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়াহ/ হৈছিলো ঠিয় যেৱে অ’ত ত’ত ধৰি/ পৰিলেনো কোনে গৈ ততালিকে লৱৰি/নিচুকাইছিল মোক নামগুণ গাই/তেৱে মোৰ পূজনীয়া মৰমৰ আই/ মোৰ প্ৰতি এনে যাৰ মৰম অসীম/কেনেকৈ সিজনাক মই পাহৰিম/ চেনেহ ভকতি মোৰ বাঢ়ক সদায়/ তযু চৰণত হেৰা মৰমৰ আই.....
--------------------------
নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা "সন্ধিয়াৰ আকাশত বগলী উৰে,আইৰে ঘৰলে মনতে পৰে..", উত্পল শৰ্মাই লিখা অনিন্দিতা পালৰ কণ্ঠৰ "আই অ’ আই..."|
---------------------------
য়তো আহি গাঁৱৰ পঁজাত / আছা বহি মোকেই ধিঁয়াই / গোসাঁই ঘৰত বন্তি জ্বলাই /...............তুমিয়েই দেখোন মোৰেই আই / কান্দি কান্দি ভাগৰোতে / মৰমেৰে দিছিলা শুৱাই.....................
No comments:
Post a Comment