আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

অসম আৰু অসমীয়া সম্পৰৰ্কীয় কিছু জালপঞ্জী

অসমীয়া জালপঞ্জী (ব্যক্তিগত )

১৷ আকাশ
http://www.jamini.co.in/
যামিনী অনুৰাগ
২৷ মোৰ অন্তৰৰ দুৱাৰ
http://monojmonkalita.blogspot.com/
মনোজ মন কলিতা
৩৷ স্পন্দন
http://osrukona.blogspot.com/
বিশ্বজিৎ নাথ
৪৷ মই আৰু মোৰ পৃথিৱী
http://www.himjyoti.com/
হিনজ্যোতি তালুকদাৰ
৫৷ আমি অসমীয়া
http://amioxomiya.blogspot.com/
মনজিৎ নাথ
৬৷ মন কহুৱা বন
http://barnali-blogerspot.blogspot.com/
বৰ্...ণালী দেউৰী বৰা
৭৷ প্ৰত্যাশা
http://anjalborah.blogspot.com/
অঞ্জল বৰা
৮৷ খাৰ নোখোৱাৰ কলম
http://aklantika.blogspot.com/
আক্লানতিকা শইকীয়া
৯ক৷ যি মন যায়
http://mor-anubhav.blogspot.com/
ড. প্ৰবোধ বৰা
৯খ৷ বিজ্ঞানৰ বিচিত্ৰ কথা
ড. প্ৰবোধ বৰা
http://bigyanbichitra.blogspot.com/
১০৷জালপঞ্জী
http://bikram98.blogspot.com/
বিক্ৰম ম বৰুৱা
১১৷অনুভূতিৰ ভৰপক
http://pankajborah.blogspot.com/
পংকজ বৰা
১২৷অলিন্দ
http://pjmahanta.blogspot.com/
পংকজ জ্যোতি মহন্ত
১৩-ক৷অসমীয়া ব্লগ
http://priyankoos.blogspot.com/
প্ৰিয়াংকু শৰ্মা
১৩-খ৷ যাযাবৰ
http://priyankoo.com/blog/
প্ৰিয়াংকু শৰ্মা
১৪৷অসম
http://অসম.net/
??
১৫৷ বুলজিৎ
http://buljit.blogspot.com/
বুলজিৎ বুঢ়াগোহাঁই
১৬৷ জীৱনৰ বাটত
http://jeevonorbatot.blogspot.com/
??
১৭৷ এটি অসমীয়া ব্লগ
http://etiaxomiyablog.blogspot.com/
অম্লান
১৮৷ বর্ণমালা
http://barnamaala.blogspot.com/
পল্লৱ প্রাণ গোস্বামী
১৯৷ মোৰ কবিতা
-http://murkobita.blogspot.com/
কাঞ্চন গগৈ
২০৷ মোৰ ভাৱৰ বুৰবুৰণি
http://saitanya.blogspot.com/
চৈতন্য ভৰদ্বাজ
২১৷ সুগন্ধি পখিলা
http://xugondhipokhila.blogspot.com/


22)পল্লৱপ্রাণ গোস্বামীৰ অকবিতাৰ ঘৰ:
http://barnagatha.blogspot.com/